March 9, 2025 11:53 AM
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত লোক আদালতৰ জৰিয়তে ২৯ হাজাৰৰো অধিক গোচৰ নিষ্পত্তি
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত লোক আদালতৰ জৰিয়তে কালি ২৯ হাজাৰৰো অধিক গোচৰ নিষ্পত্তি কৰা হয়। দেশৰ বাকী অংশৰ লগতে অসমতো আয়োজন কৰা এই লোক আদালতত প্ৰাৱম্ভিক পৰ্যায়ত মোকদমা আৰু বিচাৰাধী...