ডাউনলোড
মোবাইল এপ

android apple
signal

September 12, 2024 1:28 PM

জুৰীয়াৰ দগাঁও আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ৪ টা সৰবৰাহকাৰীক আটক

জুৰীয়াৰ দগাঁও আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই চাৰিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জুৰীয়াৰ কাঙ্গুলীমাৰী কটকী গাঁও আৰু পশ্চিম মুকু...

September 12, 2024 1:07 PM

কালিৰে পৰা তিনিদিনীয়াকৈ যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত জীৱিকা অৰ্জনত বনৰ ভূমিকা শীৰ্ষক এটা প্ৰশিক্ষণ কাৰ্যসূচী

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অর্থসাহায্যত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত জীৱিকা অৰ্জ...

September 12, 2024 12:55 PM

মৰিগাঁও জিলা প্ৰশাসনৰ নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা

মৰিগাঁও জিলা প্ৰশাসনে ভূমি আৰু ৰাজহ ব্যৱস্থাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে জিলাখনৰ অন্তৱৰ্তী এলেকাসমূহত ভূমি প্ৰশাসনৰ প্ৰসাৰতাৰ উদ্দেশ্যে এক নতুন ৰূপত ৰাজহ আদালতৰ ব্যৱস্থা কৰিছে। জিলাখনৰ ...

September 12, 2024 1:35 PM

তামুলপুৰৰ দৰঙামেলাত আৰক্ষীৰ অভিযানত ৮টা গ্রেনেড, দুটা হস্তনির্মিত বন্দুকৰ লগতে ধনু আৰু কাঁড় উদ্ধাৰ

তামুলপুৰ জিলাৰ দৰঙামেলাত কালি আৰক্ষী আৰু এছ এছ বিয়ে চলোৱা যুটীয়া অভিযানত মাটিত পুতি থোৱা অৱস্থাত ৮টা গ্রেনেড, দুটা হস্তনির্মিত বন্দুকৰ লগতে ধনু আৰু কাঁড় উদ্ধাৰ কৰে। কালি পুৱাৰে পৰা ভাৰ...

September 12, 2024 10:10 AM

ডিব্ৰুগড়ত বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ অধিসূচনাযোগে খচৰা

■ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কালি জিলাখনৰ বাবে বালি আৰু নদীগর্ভ খননৰ ক্ষেত্ৰত এখন অধিসূচনাযোগে খচৰা জিলা জৰীপ প...

September 11, 2024 1:26 PM

শিৱসাগৰত কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ

শিৱসাগৰ জিলাৰ কৃষকসকলৰ আয় বৃদ্ধিৰ উদ্দেশ্যে উচ্চ মূল্যৰ শস্যৰ খেতিৰ বাবে জিলাখনত কম খৰচী পলি হাউছ কৃষি ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰা হৈছে। জিনা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে কালি আমগুৰিত এই পদ...

September 7, 2024 6:34 PM

ওদালগুৰিত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত

ওদালগুৰি জিলাত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত হয়। এই পঞ্জীয়নৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সৈতে জড়িত চিকিৎসক, নাৰ্ছকে ধৰি চিকিৎসালয়, ক্লিনি...

September 6, 2024 9:11 PM

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে...

September 6, 2024 9:07 PM

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা

নগাওঁ মহাবিদ্যালয়ে নিজাববীয়াকৈ নগাঁও, মৰিগাওঁ আৰু কাৰ্বি আংলঙৰ কৃষকসকলক যন্ত্ৰৰ জৰিয়তে এড়ি সূতাৰ আহ কটা আৰু প্ৰাকৃতিক ৰং মিশ্ৰনৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। ৰাজ্যৰ বাহিৰত থলুৱা ...

September 6, 2024 9:04 PM

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত

যোৰহাট জিলাৰ অন্তৰ্গত ভেকধগঢ়া মণ্ডলত আজি ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীৰ উপস্থিতিত বিজেপিৰ সদস্যতা অভিযান কার্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ সভাপতি তপন কুমাৰ গগৈ, ...