April 7, 2024 1:27 PM

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ অভিযানত মহানগৰীত বুজন পৰিমাণৰ মেচিনত প্ৰস্তুত  গামোচা জব্দ

ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগে মহানগৰীৰ গণেশগুৰিত অভিযান চলাই কালি বুজন পৰিমাণৰ মেচিনত প্ৰস্তুত কৰা গামোচা জব্দ কৰে। উল্লেখযোগ্য যে, অসমীয়া গামোচাই ভৌগোলিক মান্যতা লাভ ক...

April 7, 2024 1:04 PM

গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত

গোৱালপাৰা জিলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত হোৱা দুটা পৃথক পথ দুৰ্ঘটনাত তিনিগৰাকী লোক নিহত হোৱাৰ লগতে ৭ গৰাকী আহত হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে, দুধনৈ থানাৰ অন্তর্গত আমজ...

April 7, 2024 12:59 PM

মঙলদৈ, হাইলাকান্দি জিলাত ভোটাৰ শিক্ষণ তথা সজাগতা কাৰ্যসূচী

মঙলদৈ জিলা পুথিভৰাঁলত সূক্ষ্ম পর্যবেক্ষকসকলৰ এখন দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত নিয়োগ কৰা ২৫৯ জন সূক্ষ্ম পর্যবেক্ষকক এই কাৰ্যসূচীত প...

April 5, 2024 7:36 PM

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সোণোৱালৰ জোনাইত নির্বাচনী সভাত অংশগ্ৰহণ

◊ ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে ব্যাপক প্ৰচাৰ অভ...

April 5, 2024 6:45 PM

ৰাজ্যত ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিশেষকৈ ১৯ এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ত কাজিৰঙা, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু যোৰহাট লোকসভা সমষ্টিত হ'বলগীয়া ভোটগ্ৰহণৰ বা...

April 4, 2024 9:06 PM

ধুবুৰীৰ ছাগলীয়া বন বিভাগৰ কাঠৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান

♦ ধুবুৰীৰ ছাগলীয়া বন বিভাগে আজি কাঠৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰে। অভিযানকাৰী দলটোৱে কৈমাৰী পঞ্চমখণ্ড গাঁৱৰ গংগাধৰ নৈৰ কাষৰ পৰা এই চোৰাং কাঠখ...

April 3, 2024 8:32 PM

ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়াক পদৰ পৰা অপসাৰণ

♦ ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়া দুগৰাকীক আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই পদৰ পৰা অপসাৰণ কৰে৷ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়া কুলভূষণ পেগু ...

April 3, 2024 5:51 PM

তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত ‘সাৰথি বাইদেউ’ৰ প্ৰতিকৃতি মুকলি

♦ চলিত লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভঙ্কৰ এটি আজি তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিক ভাৱে ...

April 2, 2024 12:22 PM

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বৈঠক

♦ গোলাঘাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনত ধুমুহা, শিলাবৃষ্টিত হোৱা ক্ষ...

March 31, 2024 9:00 PM

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন

বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম বার্ষিকী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। কোকৰাঝাৰ জিলাৰ দতমাৰ থুলুংগাপুৰীত থকা বডোফাৰ সমা...