July 21, 2024 6:42 PM

লাওচৰ চাইবাৰ স্কেমিং কেন্দ্ৰৰ পৰা মুঠ ৫১৮ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ

লাওচৰ ভাৰতীয় দূতাবাসে লাওচৰ চাইবাৰ স্কেমিং কেন্দ্ৰৰ পৰা ১৩ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি তেওঁলোকক সুৰক্ষিতভাৱে ভাৰতলৈ পঠিয়াবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। লাওচত এনে প্ৰৱঞ্চনা চক্ৰৰ কবলৰ পৰ...