April 6, 2024 7:42 PM

লাওছৰ পৰা ১৭ গৰাকী ভাৰতীয়ক নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে : বিদেশ মন্ত্ৰী

বিদেশ মন্ত্ৰী ড° এছ শংকৰে কৈছে যে, লাওছৰ পৰা ১৭ গৰাকী ভাৰতীয়ক নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। ড° জয়শংকৰে আজি সামাজিক মাধ্যম যোগে লোক কেইজনক নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ ক্ষ...