February 22, 2025 7:12 PM
লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ বাবে নিৰীক্ষণ সমিতিৰ বৈঠক
অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ বাবে নিৰীক্ষণ সমিতিৰ এখন বৈঠক আজি লখিমপুৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী ...