July 4, 2024 1:01 PM

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানিক দিল্লীৰ এপলো চিকিৎসালয়ত ভৰ্তি

বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানিক কালি নতুন দিল্লীৰ এপলো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয় কর্তৃপক্ষই জনোৱা মতে, নেতাগৰাকীৰ বৰ্তমান অৱস্থা সুস্থিৰ। চিকিৎ‍সকসকলে আদবানীৰ স্ব...