February 19, 2025 8:24 PM
আজি কোৱালালামপুৰত মালয়েছিয়া-ভাৰত প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ ত্ৰয়োদশ বৈঠক অনুষ্ঠিত
মালয়েছিয়া-ভাৰত প্ৰতিৰক্ষা সহযোগিতা সমিতিৰ ত্ৰয়োদশ বৈঠক আজি কোৱালালামপুৰত অনুষ্ঠিত হয়। ভাৰতৰ প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু মালয়েছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব প্ৰধান লো...