February 26, 2025 6:44 PM
আকাশবাণীয়ে দেশৰ সংস্কৃতিৰ সৈতে জনসাধাৰণক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেঃ প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগল
প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগলে কয়, যে আকাশবাণীয়ে জনসেৱা প্ৰচাৰৰ মাধ্যম হিচাপে দেশৰ সংস্কৃতিৰ সৈতে জনসাধাৰণক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মহাকুম...