February 19, 2025 8:21 PM
কে আই আই টি বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী নেপালৰ ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ যথোচিত তদন্ত কৰা হ’ব বুলি ওড়িশাৰ মুখ্যমন্ত্ৰীৰ আশ্বাস
ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে ভূৱনেশ্বৰৰ কলিংগ ঔদ্যোগিক প্রযুক্তি প্রতিষ্ঠান –চমুকৈ কে আই আই টি বিশ্ববিদ্যালয়ত অধ্যয়নৰত নেপালৰ এগৰাকী ছাত্ৰীৰ আত্মহননৰ ঘটনাৰ যথোচিত তদন্ত কৰ...