April 14, 2025 8:12 PM
খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি খেলো ইণ্ডিয়া যুৱ ক্রীড়া সমাৰোহ ২০২৫ৰ শুভংকৰ আৰু প্ৰতীকপট মুকলি কৰে। এই উপলক্ষে আজি পাটনাৰ মুখ্...