April 5, 2025 12:40 PM
খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্রতিযোগিতাত কামৰূপ জিলাৰ শ্ৰেষ্ঠ খিতাপ দখল
ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্রতিযোগিতাত কামৰূপ জিলাই ৪৯ পইণ্টেৰে দ্বিতীয়বাৰলৈ এথলেটিক্ছ শাখাত শ্ৰেষ্ঠত্বৰ খিতাপ দখল ক...