May 15, 2024 11:30 AM
ইছৰোৰ মুখ্য কার্যালয় অন্তৰীক্ষ ভৱনত অধ্যক্ষ এছ পানিকাৰ সোমনাথৰ সৈতে মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক
ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মুখ্য কার্যালয় অন্তৰীক্ষ ভৱনত অধ্যক্ষ তথা কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ সচিব এছ পানিকাৰ সোমনাথ...