April 7, 2025 6:43 PM
ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতিৰ বাবে কাৰ্যপন্থা যুগুতৰ সন্দৰ্ভত কেশৱ মহন্তৰ বৈঠক
বাৰিষাৰ সময়ত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাৰ্যপন্থা যুগুত কৰিবলৈ আজি ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্...