July 22, 2024 12:03 PM

কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আইচিএমআৰৰ ছজনীয়া বিশেষজ্ঞৰ দল কোজিকোডত উপস্থিত

কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ- আইচিএমআৰৰ ছজনীয়া বিশেষজ্ঞ এটা দল কোজিকোডত উপস্থিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে কেৰা...