May 14, 2024 6:20 PM
কেৰালাৰ কোঝিকোড়েত এম্বুলেন্সত জুই, এগৰাকী ৰোগীৰ মৃত্যু
কেৰালাৰ কোঝিকোড়েত আজি পুৱা এগৰাকী ৫৭ বছৰীয়া মহিলা ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেন্সত জুই লগাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হয়। এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা মহিলাগৰাকীক আন এখন হাস্পতাললৈ...