June 13, 2024 4:41 PM

কাঠমাণ্ডুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

নেপালৰ কাঠমাণ্ডুৱে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আয়োজনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মেলাখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন, বহনক্ষম উন্নয়ন আৰু সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত গুৰুত...