February 8, 2025 1:34 PM
গুৱাহাটী এছিয়ান চলচিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা
গুৱাহাটীৰ জ্যোতি চিত্ৰবনত চলি থকা গুৱাহাটী এছিয়ান চলচিত্ৰ মহোৎসৱৰ আজি দ্বিতীয় দিনা দেশী-বিদেশী ভালেকেইখন চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।জ্যেতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগ...