April 23, 2024 12:23 PM

চীনৰ হংকঙত অনুষ্ঠিত এছিয়ান জুডু চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত ভাৰতৰ তুলিকা মান

চীনৰ হংকঙত অনুষ্ঠিত এছিয়ান জুডু চেম্পিয়নশ্বিপ ২০২৪ৰ ছেমিফাইনেলত কালি ভাৰতৰ তুলিকা মানে স্থান নিশ্চিত কৰিছে। খেলুৱৈগৰাকীয়ে মহিলাৰ ৭৮ কিলোগ্রাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত এছিয়াড চেম্প...