July 15, 2024 12:27 PM

দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্রমণ কৰিছে। এই কাৰ্যসূচীৰ অংশহিচাপে তেওঁ পুৱাৰ ভাগত ইতিহাস প্রসিদ্ধ শিৱদৌল পৰিদৰ্শন কৰে। ইয়াৰ পাছ...