June 19, 2024 9:03 PM
ৰক্তাল্পতা ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ ভাষণ
কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কৈছে যে, কেৱল জনজাতীয় লোকসকল ৰক্তাল্পতা ৰোগত ভূগে বুলি সমাজত এটা ভুল ধাৰণা আছে। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত...