ডাউনলোড
মোবাইল এপ

android apple
signal

February 21, 2025 8:27 PM

ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

 বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে যে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বিদেশী হস্তক্ষেপৰ বিষয়টো উদ্বেগজনক। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধ...