February 22, 2025 7:13 PM
যোৰহাটৰ ভিন্ন স্থানত ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ৩১সংখ্যক মৃত্যু তিথি উদযাপন
যোৰহাট জিলাৰ বিভিন্ন স্থানত আজি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ৩১ সংখ্যক মৃত্যু তিথি উদযাপন কৰা হৈছে। কবি সন্মিলন আৰু মুকলি সভাৰ আয়োজনেৰে প্ৰয়াত কবিগৰাকীক যোৰহাট, টীয়ক আৰু মৰিয়নিৰ বৌ...