November 28, 2024 11:47 AM
ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব
ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। ৰাজ্যপাল সন্তোষ কুমাৰ গংৱাৰে বিয়লি ৪ বজাত ৰাঁচীৰ মোৰহাবাদি ময়দানত আয়োজিত এটা অনুষ্ঠানত শ্ৰীছোৰেনক ...