April 10, 2025 7:04 PM
জম্মু-কাশ্মীৰত ঐতিহাসিক মোগল পথ দুই-এদিনৰ ভিতৰতে মুকলি কৰাৰ সম্ভাৱনা
জম্মু-কাশ্মীৰত নতুনকৈ হোৱা ভূমিস্খলনৰ বাবে ঐতিহাসিক মোগল পথ মুকলি কৰি দিয়াত পলম হৈছে। অহা দুই-এদিনৰ ভিতৰতে এই পথটো যাতায়াতৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। ঐতিহাসিক মোগল পথক জম্মু খ...