April 10, 2025 8:01 PM
গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত এটা অনুষ্ঠান জীতেন্দ্ৰ সিঙৰ অংশগ্ৰহণ
কেন্দ্ৰীয় কৰ্মচাৰী, পেন্সন আৰু ৰাজহুৱা অভিযোগ দপ্তৰৰ মন্ত্ৰী জীতেন্দ্ৰ সিঙে আজি গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আয়োজিত অৱসৰ পূৰ্বৰ পৰামৰ্শ কৰ্মশালা আৰু ভাৰতীয় ষ্টেট ব...