October 20, 2024 8:18 PM

ঝাৰখণ্ডৰ বিভিন্ন প্ৰান্তত ৩ কোটি ১৫ লাখ টকাতকৈ অধিক মূল্যৰ অবৈধ সামগ্ৰী তথা নগদ ধন জব্দ

ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছৰে পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৩ কোটি ১৫ লাখ টকাতকৈ অধিক মূল্যৰ অবৈধ সামগ্ৰী তথা নগদ ধন জব্দ কৰা হৈছে। মুখ্য নিৰ্বাচনী বিষয়া কে ৰৱি কুমাৰ...