October 24, 2024 9:11 PM

বিহালী সমষ্টিত কংগ্ৰেছৰ জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান

ৰাজ্যৰ উপ-নির্বাচনৰ বাবে অসম সন্মিলিত মৰ্চাৰ প্রার্থিত্বক লৈ যোৱা দুদিন ধৰি অব্যাহত থকা উৎকণ্ঠাৰ অৱসান ঘটাই আজি বিহালী আসনখনৰ বাবে কংগ্ৰেছ দলে প্রার্থী ঘোষণা কৰে। দলে এই আসনখনৰ বাবে জয়ন...