January 27, 2025 3:38 PM
একাধিক অষ্ট্ৰেলিয়ান অ’পেন খিতাপ জয় কৰা জানিক ছিনাৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত
মেলবৰ্ণৰ ৰড লেভাৰ এৰেনাত কালি অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষৰ একক শাখাৰ চূড়ান্ত খেলত আলেকজেণ্ডাৰ ঝভেৰেভক ৬-৩, ৭-৬, ৬-৩ ছেটত পৰাস্ত কৰি ইটালীৰ জানিক ছিনাৰে খিতাপ দখল কৰে। এই জয়ৰ জৰিয়ত...