February 10, 2025 8:35 PM
দেশত জানুৱাৰীৰ মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে
দেশত জানুৱাৰীৰ মাহলৈকে প্ৰধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৪ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। লোকসভাত এটা লিখিত উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয়, যে এই একাউণ্টৰ ভিতৰত ৩০ কোটিৰো ...