April 23, 2025 7:14 PM
জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছেঃ গৃহমন্ত্ৰী
জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মুৰ বেইচ্ণ বনাঞ্চলত আজি সুৰক্ষা...