May 6, 2024 12:27 PM

দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত সন্ত্ৰাসবাদী গোটৰ ২ সহযোগীক গ্ৰেপ্তাৰ

♦ কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত কালি নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ পৰা সন্ত্ৰাসবাদী গোটৰ দুটা সহযোগীক গ্ৰেপ্তাৰ কৰিছে৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত...

May 5, 2024 2:03 PM

জম্মু-কাশ্মীৰত গুলিয়াগুলীৰ ঘটনাত  শ্বহীদ বীৰ সৈনিক বিক্কি পহাড়েলৈ ভাৰতীয় বায়ু সেনা বাহিনীৰ শ্রদ্ধার্ঘ

সুৰক্ষা বাহিনীয়ে জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত কালি বিয়লি ভাৰতীয় বায়ু সেনা বাহিনীৰ কনভয়ৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনা সংক্রান্তত ৪ জন লোকক আটক কৰিছে। এই আক্ৰমণত বায়ু সেনা বাহ...

May 5, 2024 12:41 PM

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী পুঞ্চ জিলাত বায়ুসেনাৰ কনভয়ৰ ওপৰত কালি সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন পাঁচজন আহত হয়। আহতসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জ...

April 28, 2024 8:14 PM

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰে গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত

জম্মু-কাশ্মীৰৰ জম্মু খণ্ডৰ উধমপুৰ জিলাত আজি সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলিয়াগুলীত গাওঁৰক্ষী বাহিনীৰ এজন লোক নিহত হয়। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে উধমপুৰ জিলাৰ বসন্তগড...