October 1, 2024 12:51 PM

জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন

জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ ...

September 16, 2024 6:11 PM

জম্মু আৰু কাশ্মীৰৰ ড’ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্রহণ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু আৰু কাশ্মীৰৰ ড'ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে – দলীয় প্ৰাৰ্থীৰ স...

September 15, 2024 8:30 PM

জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাত সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ জম্মু সংমণ্ডলৰ কাঠুৱা জিলাৰ এখন বনাঞ্চলত আজি সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ইফালে পুঞ্চ জিলাত কালি নিশা আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এ...

September 8, 2024 7:13 PM

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল আৰু প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলি আছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আজ...

September 2, 2024 8:22 PM

জম্মু-কাশ্মীৰত বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা পথৰ ভূমিস্খলন তীর্থযাত্রী নিহত

জম্মু-কাশ্মীৰত পাঞ্চি হেলিপেডৰ সমীপত মাতা বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা পথৰ ভূমিস্খলন হোৱাৰ ফলত দুগৰাকী মহিলা তীর্থযাত্রী নিহত হোৱাৰ লগতে এটি কন্যা শিশু গুৰুতৰভাৱে আহত হয়। ভূমিস্খলনৰ ফলত প...

August 13, 2024 3:25 PM

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে নিৰাপত্তা আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠান ...

August 12, 2024 5:52 PM

হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে জম্মু-কাশ্মীৰৰ জনসাধাৰণে গ্ৰহণ কৰা পদক্ষেপক প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে চলাই থকা তিৰংগা যাত্ৰা অনুপ্ৰেৰণাদায়ক । প্রধানমন্ত্ৰীয়ে হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্য...

July 14, 2024 6:55 PM

জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান

কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ উপৰাজ্যপালক অধিক ক্ষমতা প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জম্মু-কাশ্মীৰ পুনৰগঠন আইন ২০১৯ সংশোধন কৰি উপৰাজ্যপালৰ কৰ্তৃত্ব যথেষ্ট শক্তিশালী কৰ...

July 8, 2024 6:43 PM

শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি

জম্মু কাশ্মীৰত স্বাস্থ্যসেৱা সঞ্চালকালয়ে শ্রীঅমৰনাথ জী যাত্ৰা ২০২৪ ৰ বাবে বিশেষ পনী এম্বুলেঞ্চ সেৱা মুকলি কৰিছে। এই এম্বুলেঞ্চৰ দ্বাৰা তীর্থযাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত সন্মুখীন হোৱ...

July 7, 2024 6:18 PM

দক্ষিণ কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষীৰে মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত

কাশ্মীৰ উপত্যকাৰ দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুবাৰকৈ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ৫ জন সন্ত্রাসবাদী নিহত হয়। কালি নিৰাপত্তাৰক্ষীৰ দলে সন্ত্ৰাসবাদী কেইজন এই অঞ্চলত আত্...