September 17, 2024 12:23 PM

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে সুশাসন আৰু জম্মু-কাশ্মীৰলৈ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়াৰ বাবে বিভিন্ন দিশ সামৰি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতা...