April 15, 2025 2:30 PM
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজৰ গুলীয়াগুলীত এজন সেনা জোৱান আহত
জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ এখন গাঁৱত যোৱা নিশা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলীত এজন সেনা জোৱান আহত হয়। আহত জোৱানজনক ততালিকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জম্মু...