February 14, 2025 6:30 PM
জালুকবাৰীৰ গোটানগৰত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুৰ লগতে ৩ গৰাকী ছাত্রী গুৰুতৰভাৱে আহত
গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ গোটানগৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিগৰাকী ছাত্রী গুৰুতৰভাৱে আহত হয়। পুৱাৰ ভাগত এখন বাছে এখন স্কুটীক মহটীয়াই নিয়াৰ ফল...