August 8, 2024 6:57 PM
জলজীৱন অভিযানৰ জৰিয়তে ৭৭ শতাংশ গ্রাম্য বাসগৃহত নলযোগে পানীৰ ব্যৱস্থা
জলজীৱন অভিযানৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে ৭৭ শতাংশ গ্রাম্য বাসগৃহত নলযোগে পানীৰ ব্যৱস্থা কৰিছে। লোকসভাৰ প্রশ্নোত্তৰ কালত আজি এটা পৰিপূৰক উত্তৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে ...