January 19, 2025 12:11 PM
ভাৰতৰ অংকিতা ৰাঈনা আৰু ব্ৰিটেইনৰ নাইকথা বেইনছৰ ITF W50 প্রতিযোগিতাৰ খিতাপ দখল
ভাৰতৰ টেনিছ তাৰকা অংকিতা ৰাঈনা আৰু ব্ৰিটেইনৰ নাইকথা বেইনছে ITF W50 প্রতিযোগিতাৰ খিতাপ দখল কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ফাইনেল খেলখনত যুটিটোৱে আমেৰিকাৰ চতুৰ্থ বাছনিৰ জেছি এনে আৰু জেছিকা ফাইল�...