April 8, 2025 8:55 PM
ইটানগৰত অৰুণাচল চৰকাৰৰ সৈতে ষোড়শ বিত্ত আয়োগৰ এটা দলৰ বৈঠক
৫ দিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অহা ষোড়শ বিত্ত আয়োগৰ এটা উচ্চ পৰ্যায়ৰ দলে আজি ৰাজ্যখনৰ ৰাজধানী ইটানগৰত ৰাজ্য চৰকাৰ আৰু বিভিন্ন পক্ষৰ সৈতে এলানি বিস্তৃত আলোচনাত মিলিত হয়। আয়ো...