ডাউনলোড
মোবাইল এপ

android apple
signal

April 17, 2025 10:29 AM

ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ মিক্সড শাখাত ভাৰতৰ সোণৰ পদক অৰ্জন

ভাৰতৰ ইন্দৰ সিং ছুৰুচি আৰু সৌৰভ চৌধুৰীয়ে পেৰুৰ লিমাত অনুষ্ঠিত ISSF বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ মিক্সড শাখাত সোণৰ পদক অৰ্জন কৰিছে। ভাৰতীয় যুটীটোৱে কালি ফাইন...