March 22, 2025 8:59 PM
ইছৰোৱে এগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰি সুকলমে পৃথিৱীলৈ ওভতাই অনাৰ বিশেষ অভিযানৰ প্ৰস্তুতি চলাই আছেঃ অধ্যক্ষ ড° ভি নাৰায়ণন
ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰো)ৰ অধ্যক্ষ ড° ভি নাৰায়ণনে কৈছে, যে প্ৰতিষ্ঠানটোৱে এগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰি সুকলমে পৃথিৱীলৈ ওভতাই অনাৰ এটা বিশেষ অভিযানৰ প্ৰস্তুতি চলাই আ...