ডাউনলোড
মোবাইল এপ

android apple
signal

January 30, 2025 4:40 PM

ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে পণবন্দী আৰু কাৰাবন্দীৰ বিনিময় কৰিবলৈ সাজু

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত গাজা ভূখণ্ডক লৈ সংঘাত হ্ৰাসৰ লক্ষ্যৰে চলি থকা যুদ্ধবিৰতি চুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ইজৰাইল আৰু হামাছে তৃতীয়বাৰৰ বাবে পণবন্দী আৰু কাৰাবন্দীৰ বিনিময় ...