ডাউনলোড
মোবাইল এপ

android apple
signal

January 17, 2025 8:29 PM

আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১,৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন

অর্থনৈতিক বিষয়ক কেন্দ্রীয় মন্ত্রীসভা সমিতিয়ে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেড চমুকৈ আৰ আই এন এলক পুনৰোজ্জ্বীৱিত কৰাৰ বাবে ১১ হাজাৰ ৪৪০ কোটি টকাৰ আৰ্থিক সাহায্যত অনুমোদন জনাইছে। কেন্দ্...