May 17, 2024 12:30 PM
১৯ মে’ত গুৱাহাটীত হ’বলগীয়া টি-২০ ক্রিকেট খেলখনৰ বাবে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নির্দেশনা জাৰি
গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ অহা ১৯ মে’ত হ'বলগীয়া টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক...