April 17, 2025 10:32 AM
আই পি এলত কালি ডেহলি কেপিটেলছৰ হাতত ৰাজস্থান ৰয়েলছ ছুপাৰ অভাৰত পৰাস্ত
আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱানিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমান্সকৰ খেলত ডেহলি কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে। ডেলহি কেপিটলছে প্রথমে বেট ধৰা...