April 7, 2025 11:58 AM
আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত গুজৰাট টাইটানছৰ
হায়দৰাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি নিশা গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰে। ১৫৩ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে ১৬ অভ...