October 20, 2024 6:37 PM

বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গণতান্ত্রিক দেশ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰবোৱো সুবিয়াণ্টোৰ কাৰ্যভাৰ গ্ৰহণ

প্ৰবোৱো সুবিয়াণ্টোই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ গণতান্ত্রিক দেশ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ৭৩ বছৰীয়া সুবিয়াণ্টো আনুষ্ঠানিকভাৱে বিশ্বৰ সৰ্বাধিক মুছলমান জনবস...