September 27, 2024 8:06 PM

ইণ্ডোনেছিয়াত অবৈধ সোণৰ খনি খহি যোৱাত কমেও ১৫ শ্রমিকৰ মৃত্যু, ২৫ গৰাকী নিৰুদ্দেশ

ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰাৰ এটা অবৈধ সোণৰ খনি খহি যোৱাৰ ফলত কমেও ১৫ গৰাকী শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ২৫ গৰাকী শ্রমিক নিৰুদ্দেশ হৈ আছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰবৰীগৰাকীয...