November 29, 2024 10:31 AM
ভাৰত-ৰাছিয়াৰ সামৰিক সহযোগিতা সম্পৰ্কীয় কাৰ্য গোটৰ চতুৰ্থ বৈঠক
ভাৰত-ৰাছিয়া আন্তঃ চৰকাৰী সামৰিক আৰু সামৰিক-কাৰিকৰী সহযোগিতা আয়োগৰ অধীনৰ সামৰিক সহযোগিতা সম্পৰ্কীয় কাৰ্য গোটৰ চতুৰ্থখন বৈঠক কালি মস্কোত সম্পন্ন হয়৷ বৈঠকত ভাৰতক প্রতিনিধিত্ব কৰা সংহত...