October 7, 2024 9:02 PM
আয়ুষ্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বাৰা ১২ কোটিতকৈও অধিক পৰিয়াল লাভৱান্বিত হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই আজি কয় যে ভাৰতৰ স্বাস্থ্য প্ৰণালীয়ে সার্বজনিন স্বাস্থ্য কভাৰেজ-ইউ এইচ চি আদায় কৰিবৰ বাবে সম্পূৰ্ণ চৰকাৰ আৰু সম্পূৰ্ণ সমাজ ব্যৱস্থাক আ...